Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।

সেউতী (বৈজ্ঞানিক নাম: Rosa moschata) হৈছে গোলাপৰ এটা প্ৰজাতি। ইয়াক ইংৰাজীত মাস্ক ৰ’জ (musk rose),[1] বুলি কয়। হিমালয়ৰ বনাঞ্চলত ইয়াৰ আদি প্ৰজাতি পোৱা গৈছিল বুলি অনুমান কৰা হয়।

সেউতী ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Rosales
পৰিয়াল: Rosaceae
গণ: Rosa
প্ৰজাতি: R. moschata
বৈজ্ঞানিক নাম
Rosa moschata
Herrm.
সমাৰ্থক

Rosa brunonii Lindl.

চিত্ৰসম্ভাৰ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Rosa moschata". Natural Resources Conservation Service PLANTS Database. USDA. https://plants.usda.gov/core/profile?symbol=ROMO। আহৰণ কৰা হৈছে: ২৫ এপ্ৰিল, ২০১৯.