সমললৈ যাওক

বিজু জনতা দল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।

বিজু জনতা দল (ইংৰাজী: Biju Janata Dal) চমুকৈ বিজেডি হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ নেতৃত্বত এই দল প্ৰতিষ্ঠা তথা গঢ় লৈ উঠিছিল, তেওঁৰ নামেৰেই এই দলটোৰ নামকৰণ কৰা হৈছে। ১৯৯৭ চনৰ ২৬ ডিচেম্বৰত দলটো প্ৰতিষ্ঠা কৰা হৈছিল।[1]

নেতৃত্ব

দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাটো হ’ল ইয়াৰ মূল সমিতি।

  • নবীন পাটনায়ক – প্ৰতিষ্ঠাপক, ৰাষ্ট্ৰীয় অধ্যক্ষ, ওড়িশা বিধানসভাত দলৰ নেতা।
  • পিনাকী মিশ্ৰ – লোকসভাত দলৰ নেত্ৰী
  • প্ৰসন্ন আচাৰ্য – ৰাজ্যসভাত দলৰ নেতা
  • ভৰত্ৰুহৰি মাহতাব – লোকসভাৰ সদস্য
  • নিৰঞ্জন পূজাৰী - বিত্ত আৰু আবকাৰী মন্ত্ৰী, ওড়িশা চৰকাৰ
  • প্ৰণৱ প্ৰকাশ দাস – সাধাৰণ সম্পাদক (সংগঠন)
  • সঞ্জয় দাস বাৰ্মা – সাধাৰণ সম্পাদক (মুখ্য কাৰ্যালয়)
  • অম্ৰেশ পাত্ৰি - বিজু যুবা জনতা দল

তথ্য সংগ্ৰহ